Pakistan Election

পাকিস্তানত বৃদ্ধি পাইছে উৎকণ্ঠাৰ। সাধাৰণ নিৰ্বাচনৰ ফলাফলক লৈ উৎকণ্ঠা বৃদ্ধি পাকিস্তানত। এতিয়াও চৰকাৰীভাৱে ঘোষিত হোৱা নাই ফলাফল।

ঘোষিত হৈছে ২২০খন আসনৰ ফলাফল। ইমৰাণ খান সমৰ্থিত নিৰ্দলীয় পাইছে ৯২ আসন, PML-Nএ পাইছে ৬৩খনকৈ আসন, পাকিস্তান পিপ’লছ পাৰ্টীয়ে পাইছে ৫০খন আসন, অন্যান্যই লাভ কৰিছে ১৯খন আসন।

পাকিস্তান সৈন্যৰ পছন্দৰ প্ৰাথী নৱাজ শ্বৰীফ। অসমৰ্থিত সূত্ৰ মতে নৱাজ শ্বৰীফে গঠন কৰিব চৰকাৰ।