বেয়া দিন চলিছে বিশ্বৰ ধনী ব্যক্তিৰ আদানীৰ। যোৱা কেইদিনমানৰ পৰা আদানীৰ সম্পত্তি হ্ৰাস পাব ধৰিছে। আৰু আদানীৰ সম্পত্তি হ্ৰাসৰ লগে লগে আদানী গ্ৰুপৰ অন্তৰ্ভুক্ত কোম্পানীবোৰৰ শ্বেয়াৰো হ্ৰাস পাইছে। উল্লেখ্য যে দুদিনত আদানীৰ ১.৭ লাখ কোটি টকাৰ লোকচান হৈছে। এতিয়া আদানীৰ লগতে সংকটত পৰিছে কোটি কোটি ভাৰতীয়। যিসকল লোকে LIC
- Today is: