Messi

আজি কাটাৰ বিশ্বকাপ ফুটবলৰ ফাইনেল। ভাৰতীয় সময় অনুসৰি আজি নিশা ৮ বাজি ৩০ মিনিটত‌ আৰম্ভ হ'ব বহু প্ৰত্যাশিত ফিফা বিশ্বকাপ ২০২২ ৰ ফাইনেল। বিশ্বকাপ মহাৰণৰ যুঁজত নামিব আৰ্জেন্টিনা বনাম ফ্ৰান্স। খেলখনৰ বাবে অধিক উল্লাসে বাট চাই আছে মেছিৰ অনুৰাগী সকল। আনন্দ আৰু আৱেগিক হৈয়ে যেন ৰৈ আছে মহাতাৰকা মেছিৰ শেষৰ খন ফিফা বিশ্বকাপ চাবলৈ ।