ঘৰুৱা পদ্ধতিৰেই বগা কৰিব পাৰিব আপোনাৰ দাতৰ হালধীয়া দাগ! UB Photos December 03 / 2022 হালধীয়া দাগ বা হালধীয়া দাঁত আমাৰ বহুতৰ বাবে এক ডাঙৰ সমস্যা। বহুলোকে বৃহৎ পৰিমাণৰ ধন খৰছ কৰি দাঁত চাফা কৰে। কিন্তু দাঁতৰ পৰা হালধীয়া দাগ আঁতৰাবলৈ ঘৰুৱা প্ৰতিকাৰো আছে। কিছুমান ফল আছে। যিয়ে আপোনাৰ দাঁত ঢকঢকীয়া বগা কৰি তুলিব। Tags UB Photos UB News Helth Tips Medicine Assam Read more about ঘৰুৱা পদ্ধতিৰেই বগা কৰিব পাৰিব আপোনাৰ দাতৰ হালধীয়া দাগ! Log in to post comments