Rumour

বলীউডৰ মোহময়ী অভিনেত্ৰী কৃতি ছাননে বাহুবলী খ্যাত প্ৰভাসৰ সৈতে ডেটিং কৰাৰ বিষয়ে এটা ডাঙৰ ইংগিত দি নেটিজেনসকলক আচৰিত কৰি তোলে বৰুণ ধৱনে।  ডান্স ৰিয়েলিটি শ্ব’'ঝলক দিখলা জা'ত 'ভেড়িয়া'ৰ প্ৰচাৰৰ বাবে আহিছিল অভিনেতা বৰুণ ধৱন আৰু অভিনেত্ৰী কৃতি ছানন। শ্ব' চলি থকাৰ মাজতে বৰুণ ধৱনে প্ৰভাসৰ সৈতে কৃতি ছানন ডেটিং কৰাৰ ইংগিত দিয়ে।