Asha Bordoloi

দাম্পত্য জীৱনৰ পাতনি মেলিলে অভিনেত্ৰী আশা বৰদলৈয়ে। জালুকবাৰীৰ বোৱাৰী হ'ল আশা। ৰাজ্যবাসীয়ে অধিক আগ্ৰহেৰে বাট চাই আছিল অভিনেত্ৰী গৰাকীৰ বিয়ালৈ আৰ জানিবলৈ উৎসুক আছিল কোন হ'ব আশাৰ দৰা!জালুকবাৰীৰ বাসিন্দা গৌতম কুমাৰে পাণি গ্ৰহণ কৰে আশা বৰদলৈৰ।