নিমখ অবিহনে পাকঘৰৰ বন্ধনকার্য সম্পূর্ণ নহয়।সকলোধৰণৰ ৰন্ধনতে নিমখৰ প্ৰয়োজন হয়েই। বজাৰত সাধাৰণতে বগা।নিমখ উভৈনদী আৰু ইয়াৰ চাহিদাও বেছি। কিন্তু বগা নিমখৰ উপৰিও ক'লা,গুলপীয়া, টেবুল, কোশাৰ, স্মোকড, পাছলেকে ধৰি ৮ বিধ নিমখ পোৱা যায়। এইবোৰৰ ভিতৰত প্ৰতিবিধৰে গুণাগুণ আৰু কাৰ্যকাৰিতা বেলেগ বেলেগ। ইয়াৰ ভিতৰত কোনবিধ নিমখ আটাইতকৈ বেছি উপকাৰী জানো আহক।
- Read more about কোনবিধ নিমখ কিমান উপকাৰী...
- Log in to post comments