tejaswita baruah death

তেজস্বিতাৰ মৃত্যুৰ পাছতে মাজুলীৰ স্বাস্থ্যখণ্ডক লৈ স্বাস্থ্য বিভাগৰ বিশেষ তৎপৰতা। তেজস্বিতাৰ মৃত্যুৰ তিনিদিনতে মাজুলীত তিনিখন ১০৮ এম্বুলেন্স সেৱা মুকলি কৰিলে । তেজস্বিতা বৰুৱাৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ অনুসন্ধান কৰিবলৈ ডঃ সঞ্জীৱ কুমাৰ ফুকনক দায়িত্ব দিয়া হৈছে।