Education Department

CBSEৰ পাঠ্যক্ৰমত বৃহৎ সালসলনি
১৫ শতাংশ হ্ৰাস পাব দশম-দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম
কেইবাটাও বিষয়ত হ’ব অপেন বুক পৰীক্ষা ব্যৱস্থা
২০২৫ চনৰ পৰা প্ৰযোজ্য হ’ব এই নতুন ব্যৱস্থা
পাঠ্যক্ৰমৰ ৪০ শতাংশ হ’ব আভ্যন্তৰীণ মূল্যায়ন ভিত্তিক
বাকী ৬০ শতাংশৰ মূল্যায়ন হ’ব ব’ৰ্ড পৰীক্ষাৰ ভিত্তিত
ব্যৱহাৰিক জ্ঞানৰ ভিত্তিত প্ৰায় ৫০ শতাংশ প্ৰশ্ন থাকিব
ইয়াৰে ভিতৰত থাকিব দক্ষতা ভিত্তিক প্ৰশ্ন
কেন্দ্ৰই লোৱা নতুন শিক্ষানীতিৰ আধাৰত এই সিদ্ধান্ত
কেতবোৰ নিৰ্ধাৰিত বিষয়ত হ’ব ডিজিটেল মূল্যায়ন
ইয়াৰে ভিতৰত থাকিব ইংৰাজী, সাহিত্য, সমাজ বিজ্ঞান বিষয়