Astro

জ্যোতিষশাস্ত্ৰৰ মতে অহা ২৪ ছেপ্টেম্বৰৰ পৰা ভাগ্য উদয় হ’ব এই ৩ টা ৰাশিৰ জাতক-জাতিকাৰ। ধনদাতা শুক্ৰৰ এই ৩টা ৰাশিৰ লোকসকলৰ ওপৰত থাকিব বিশেষ কৃপা।

 

জ্যোতিষশাস্ত্ৰৰ মতে, গ্ৰহবোৰ সময়ে সময়ে সলনি হৈ থাকে। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ মানুহৰ জীৱন আৰু পৃথিৱীত পৰে। অহা ২৪ ছেপ্টেম্বৰত ধন-সম্পত্তিৰ দাতা শুক্ৰ ৰাশিৰ জাতক জাতিকা সকলৰ সলনি হ’বলৈ গৈ আছে জীৱন। যাৰ প্ৰভাৱ সকলো ৰাশিৰ ওপৰত পৰা দেখা যাব। বৃশ্চিক, সিংহ আৰু কন্যা এই ৩টা ৰাশিৰ উদয় হ’ব ভাগ্য।