Reserve Bank of India

দেশৰ আন এটা ডাঙৰ বেংক অহা কেইঘণ্টামানৰ ভিতৰত বন্ধ হৈ যাব।

গ্ৰাহকসকলক তেওঁলোকৰ যিমান পাৰে সিমান জমা উলিয়াবলৈ পৰামৰ্শ দিয়া হৈছে। এই বেঙ্কটো হৈছে পুনে-আধাৰিত সমবায় বেঙ্ক।

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে আগষ্টত পুনেৰ বেঙ্ক সমবায় বন্ধ ৰখাৰ নিৰ্দেশ দিছিল। প্ৰতিবেদন অনুসৰি, গ্ৰাহকসকলক আগতীয়াকৈ জনোৱা হৈছিল যে বেঙ্কটো ২২ছেপ্টেম্বৰত বন্ধ হ'ব। 

সমবায় বেংকে আৰবিআইৰ ইয়াৰ নিৰ্দেশনা পালন কৰা নাছিল যাৰবাবে এই সিদ্ধান্তত উপনিত হৈছিল আৰবিআই।