aircraft carried

INS বিক্ৰান্ত হৈছে ভাৰতৰ নৌ সেনাৰ ইতিহাসৰ সৰ্ববৃহৎ যুদ্ধ জাহাজ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ কোছিন শিপইয়ৰ্ড লিমিটেডত মুকলি কৰে সৰ্বশক্তিমান পৰিবাহী স্বদেশী যুদ্ধ জাহাজ INS বিক্ৰান্ত। ২১শতিকাৰ ভাৰতীয়ৰ কষ্ট আৰু সাধনাৰ ফল INS বিক্ৰান্ত ভাৰতৰ প্ৰথমখন স্বদেশী বিমান বাহক।

 


ভাৰতৰ নৌ সেনাক INS বিক্ৰান্ত অৰ্পন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, 'এতিয়ালৈকে এনে বিমান বাহক কেৱল উন্নত দেশসমূহে হে নিৰ্মাণ কৰিছিল। ভাৰতে এখন উন্নত দেশ হোৱাৰ দিশত আন এক পদক্ষেপ লৈছে।
এবছৰৰ পৰীক্ষণৰ পিছত প্ৰধানমন্ত্ৰী মোডীয়ে আজি নৌসেনাক অৰ্পন কৰে INS বিক্ৰান্ত।