Jammu Kashmir News

বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ পুলৱামাত উগ্ৰপন্থীৰ ভয়ংকৰ গ্ৰেনেড আক্ৰমণ ৷ আক্ৰমণত নিহত হৈছে এজন শ্ৰমিক লগতে আহত দুজন ব্যক্তি।

আক্ৰমণৰ পিছত, আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰে। মৃত শ্ৰমিকজনক বিহাৰৰ চাকৱা পাৰ্ছাৰ বাসিন্দা মহম্মদ মুমতাজ বুলি জানিব পৰা গৈছে। আহত ৰামপুৰৰ বাসিন্দা মহম্মদ আৰিফ আৰু মহম্মদ মজবুলক পুলৱামাৰ চৰকাৰী জিলা চিকিৎসালয়ত ভৰ্তি ৷

জম্মু-কাশ্মীৰ আৰক্ষীয়ে উল্লেখ কৰা মতে সন্ত্ৰাসবাদীৰ আক্ৰমণ গাদুৰা অঞ্চলত সংঘটিত হৈছিল। সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি শ্ৰীনগৰৰ প্ৰাক্তন ডেপুটি মেয়ৰ শ্বেখ ইমৰানৰ।