Siloni Sur

কোকৰাঝাৰত ধাৰাবাহিক এনকাউণ্টাৰ অব্যাহত।এইবাৰ কোকৰাঝাৰ আৰক্ষীয়ে এনকাউণ্টাৰ কৰিলে চিলনী চোৰক।
চিলনী চোৰটোৰ নাম বিনয় দাস। বিহাৰৰ কাটিহাৰৰ কান্দা আৰক্ষীথানাৰ অন্তৰ্গত গেদাবাৰী গাঁৱৰ বাসিন্দা বিনয় দাস।
কোকৰাঝাৰত ঠিকাদাৰৰ পৰা ছয় লাখ টকা লুটি নিয়া চিলনী চোৰক এনকাউণ্টাৰ কোকৰাঝাৰ আৰক্ষীৰ।

বিনয় দাসে তেওঁৰ সহযোগীৰ সতে মিলি যোৱা ২২ জুনত কোকৰাঝাৰ এক্সিছ বেংকৰ সন্মুখত গৗজৗনপুৰীৰ নিবাসী তথা ঠিকাদাৰ বব্ৰুবাহন বসুমতাৰী না৷ৰ ঠিকাদাৰজনৰ পৰা নগদ ৬ লাখ টকা লুট কৰি নিছিল ।