আঙুৰ এনে এবিধ ফল যি প্ৰতিজন ব্যক্তিৰ বাবে উপকাৰী।
আঙুৰৰ উপকাৰিতা বহুতো আছে। আঙুৰক আমি বিভিন্ন ধৰণেৰে খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰোঁ।

আঙুৰত থকা এণ্টি অক্সিডেণ্টে শৰীৰৰ ৰোগ প্ৰতিৰোধত সহায় কৰে। আঙুৰত পানীৰ মাত্ৰা অধিক হোৱাৰ বাবে ই আমাৰ শৰীৰটো সতেজ কৰি ৰখাতো অৰিহণা যোগায়।