Nagaon Incident

অৱশেষত আৰক্ষীৰ আক্ৰমণত মৃত্যু হ'ল বটদ্ৰৱা থানা আক্ৰমণ কাণ্ডৰ মূল অভিযুক্ত আশ্বিকুল ইছলামৰ! 

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি নগাঁও আৰক্ষী অধীক্ষক লীনা ডলীয়ে কয় যে অভিযুক্তজনে তেওঁ থকা আৰক্ষীৰ বাহনখনৰ পৰা পলাই যাবলৈ চেষ্টা কৰাৰ সময়ত এই ঘটনা সংঘটিত হয়।

এদিন আগতে, আশিকুল ইছলামে নগাঁও আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিছিল, যাৰ পিছত তেওঁক আৰক্ষীৰ জিম্মাত লোৱা হৈছিল।