ভাৰতীয় বেডমিণ্টন সন্থা(BAI)ৰ সভাপতি হিচাপে পুনৰ নিৰ্বাচিত হ'ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ২০২২ৰ পৰা ২০২৬ চনলৈকে বেডমিণ্টন সন্থাৰ সভাপতি হ'ব মুখ্যমন্ত্ৰীগৰাকী। শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা BAIৰ সাধাৰণ সভাত লোৱা হয় এই সিদ্ধান্ত। বিনা প্ৰতিদ্বন্দিতাৰে সভাপতি হিচাপে নিৰ্বাচিত হয় মুখ্যমন্ত্ৰী গৰাকী।