দেশৰ প্ৰখ্যাত গায়ক তথা সুৰকাৰ বাপ্পী লাহিৰিৰ দেহাৱসান। ৬৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে লাহিৰিয়ে। পিটিআইৰ মতে, মুম্বাইৰ এখন হাস্পতালত দেহাৱসান ঘটে বাপ্পী লাহিৰিৰ। বাপ্পী লাহিৰী বুলিলেই তেওঁৰ গীতৰ লগতে অজস্ৰ সোণৰ কথা মনলৈ আহে। বাপ্পী লাহিৰীয়ে ডিঙিত ৰৈছিল সোণৰ বহু চেইন, শিকলি।
