সমগ্ৰ দেশত আজি ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হৈছে। দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে পতাকা উত্তোলন কৰাৰ পিছতে কৰ্তব্য পথত বৃহত্ পেৰেড প্ৰদৰ্শন কৰা হয়। ইজিপ্তৰ ৰাষ্ট্ৰপতি আবলেদ ফাটাহ এল চিচিয়ে গণৰাজ্য দিৱস উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।
- Read more about দিল্লীত কিদৰে পালন ৭৪ সংখ্যক গণৰাজ্য দিৱস?
- Log in to post comments