আজি দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে কৰ্তব্য পথত উৰুৱালে ত্ৰিৰংগা পতাকা। লগে লগে আৰম্ভ হ’ল ৯০ মিনিটজোৰা বাৰেৰহনীয়া পেৰেডৰ কাৰ্যসূচী। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰভবো চুবিয়ান্ত। উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বিৰোধী দলপতি ৰাহুল গান্ধীসহ ১০ হাজাৰ আমন্ত্ৰিত অতিথি।
- Today is: