তিনিদিনৰ দুৰ্নীতি নিবাৰক শাখাৰ জিম্মালৈ সীমা দেৱী আৰু ৰবীন সিং থাপা
৪০০০ টকাৰ ঘোচ লৈ হাতে-লোটে ধৰা পৰিছিল সীমা দেৱী
দৰমহাৰ ফাইল মুকলিৰ বাবে সীমা দেৱীয়ে বিচাৰিছিল ধন
মঙলবাৰে জিলা ও সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰোৱা হৈছিল দুয়োকে
শীঘ্ৰেই জালত পৰিব পাৰে সচিবালয়ৰ ঘোচখোৰ বিষয়া