Cotton University Election Results

ঘোষণা হ’ল কটন বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ ফলাফল

সাধাৰণ সম্পাদক পদত জয়ী ছাত্র মুক্তিৰ প্রাৰ্থী অভিষেক মহন্ত

সহকাৰী সাধাৰণ সম্পাদক পদত জুমি গগৈৰ জয়লাভ

উপ সভাপতিৰ পদত ছাত্র মুক্তিৰ হীনা দেউৰীৰ জয়

সভাপতি পদত জয় নিৰ্দলীয় প্রাৰ্থী নিয়ৰ ডেকাৰ

সাংস্কৃতিক সম্পাদকৰ পদত জয়ী চন্দ্র বণিয়া