IIT Students

আই আই টি গুৱাহাটীত কোভিডৰ সংক্ৰমণ। অৰ্ধশতাধিক শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। 

কোভিডত আক্ৰান্ত শিক্ষাৰ্থীসকলৰ অধিকাংশ বহিঃৰাজ্য পৰা অহা বুলি জানিব পৰা গৈছে।
চলিত সপ্তাহত শিক্ষা প্ৰতিষ্ঠানখনত হঠাৎ কোভিডৰ সংক্ৰমণ বৃদ্ধি পাই।

উল্লেখ্য় যে, শিক্ষা প্ৰতিষ্ঠানখনত নিৰ্মাণ কৰা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰ। লগতে শিক্ষাৰ্থীসকলৰ অহা-যোৱা সকলো ব্যৱস্থা বন্ধ কৰা হৈছে। কেইবাজনো বিষয়া, কৰ্মচাৰী, অধ্যাপকৰ দেহতো পোৱা গৈছে কোভিডৰ উপস্থিতি।