New Born Baby

গহপুৰত চিকিৎসালয়ৰ পৰা বিক্ৰী হ’ল নৱজাতক! পাষান পিতৃ-মাতৃয়ে বিক্ৰী কৰিলে সন্তানক ৷ ক্ৰেতাসহ আটক পিতৃ-মাতৃ ৷

শিশু কিনিবলৈ আহি ৰঙাঘৰৰ আলহি হ’ল লখিমপুৰ ৰাম মন্দিৰৰ এজন পুজাৰী ৷ ঘটনা অনুযায়ী গহপুৰৰ চৰকাৰী চিকিৎসালয়ৰ পৰা বিক্ৰী হৈছে নৱজাতক শিশুটি ৷ বিক্ৰী কৰি মৃত্যু হোৱা বুলি গাঁৱত কোৱাৰ পিছতেই গাঁৱৰ ৰাইজৰ মাজত সৃষ্টি হৈছে সন্দেহৰ। কিমান নিদাৰুন হ’লে নিজ পিতৃ-মাতৃয়ে সদ্য নৱজাতকক ৬ হাজাৰত বিক্ৰী কৰিব পাৰে ভাৱক।