পথৰ দাঁতিত এটি নৱজাতক! পাষাণ লোকৰ নিকৃষ্ট কাণ্ড…

new born baby

◾ গোলাঘাটৰ পুৰণা আমেলাপট্টিত উদ্ধাৰ নৱজাতক

◾ পথৰ দাঁতিত পাষাণ হৃদয়ৰ লোকে পেলাই থৈ যায় শিশুটিক

◾ নৱজাতকটিক স্থানীয়ই প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক

◾ আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে শিশুটিৰ

◾ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি শিশুটিক

◾ শিশুটিৰ ভৰিত লাগি আছে মিতালী গগৈ নামৰ ষ্টিকাৰ

◾ পিতৃ-মাতৃৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত

Category
Profile picture for user UB Photos