Liquor Price

দাম বাঢ়িল সুৰাৰ। শুকুৰবাৰৰ পৰা বৰ্ধিত দামত সুৰা বিক্ৰী কৰিছে সুৰাৰ বিপণীসমূহে। ১৮ শতাংশৰ পৰা ২৫ শতাংশ পৰ্যন্ত বৃদ্ধি হ’ল সুৰাৰ মূল্যবৃদ্ধি।

Daaru

অসমৰ আবকাৰী বিধি সংশোধনী প্ৰকাশ কৰি জাননীৰ জৰিয়তে মূল্যবৃদ্ধি কৰা হৈছে। প্ৰতি বটলত ২৪ টকাৰ পৰা ৩০০ টকা পৰ্যন্ত বৃদ্ধি পাইছে। এহেজাৰ টকাৰ বটলৰ ওপৰৰ মূল্যৰ সুৰাৰ বটলত বৃদ্ধি পালে ন্যূনতম ৩০০ টকা।