Angkita Datta

কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ অংকিতা দত্তৰ

‘কংগ্ৰেছত সুৰক্ষিত নহয় নাৰী’

টুইটাৰত এটাৰ পিছত আন এটা বিস্ফোৰণ অংকিতাৰ

যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিৰ বিৰুদ্ধে অভিযোগ অংকিতাৰ

ৰাষ্ট্ৰীয় সভাপতিৰ লিংগ বৈষম্যৰ অভিযোগ

মহিলা নেত্ৰী হিচাপে আতিশায্যৰ সন্মুখীন হোৱাৰ অভিযোগ

অভিযোগৰ পিছতো কোনো বিহিত ব্যৱস্থা নোলোৱাৰো অভিযোগ

মহিলা-যুৱতীক কি সাহসত কংগ্ৰেছত যোগদান কৰিবলৈ দিব বুলিও প্ৰশ্ন অংকিতা দত্তৰ।