Jorhat Engineering College

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত নৱনিৰ্মিত অত্যাধুনিক প্ৰেক্ষাগৃহউদ্বোধন কৰে। অত্যাধুনিক প্ৰেক্ষাগৃহটো চিএছআৰৰ অধীনত অইল ইণ্ডিয়া লিমিটেডে দান কৰা ৪.৬৫কোটি টকাৰে নিৰ্মাণ কৰা হৈছে।