Monkey Attack

ৰাজ্যত জনাঞ্চলত হাতীৰ সন্ত্ৰাস কোনো নতুন ঘটনা নহয়। প্ৰায়ে বনৰীয়া হাতীৰ উপদ্ৰৱত ঘৰ-বাৰী এৰি পলায়ন কৰিবলগীয়া হয় বহুতে। ঘোৰ অৰণ্যৰ পৰা ওলাই হাতীৰ জাকে ইতিমধ্যে, অসমৰ ভিন্ন অঞ্চলত প্ৰাণ কাঢ়িছে কেইবাজনো লোকৰ। পিছে এইবাৰ বনৰীয়া হাতী নহয়, ৰাজ্যত বান্দৰৰ সন্ত্ৰাস।

বৰপেটাত বলিয়া বান্দৰ। বান্দৰৰ আক্ৰমণত আহত কেইবাজনো লোক৷ দীৰ্ঘদিন ধৰি বৰপেটা চহৰত এটা বান্দৰে সৃষ্টি কৰিছে সন্ত্ৰাসৰ।৩ মাহ ধৰি বৰপেটা চহৰৰ গজিয়া পথত থকা এটা বান্দৰে মানুহক আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷