virat kohli mohammad shami

মঙলবাৰে দিল্লী মহিলা আয়োগে (ডিচিডব্লিউ) ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলী আৰু বলীউড অভিনেত্ৰী অনুষ্কা শৰ্মাৰ ৯ মহীয়া কন্যা ভামিকাক ধৰ্ষণৰ অনলাইন ভাবুকি সন্দৰ্ভত দিল্লী আৰক্ষীক জাননী জাৰি কৰে।

দিল্লী আৰক্ষী চাইবাৰ অপৰাধ শাখাৰ উপায়ুক্তলৈ জাৰি কৰা জাননীখনত, ডিচিডব্লিউয়ে অনলাইন ট্ৰ'লৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ ৰখাৰ দাবী জনাইছে।