Finance

◾এইবাৰ বেংকে সোধালে মাধমাৰ! SBIয়ে বঢ়ালে সুদৰ হাৰ।

◾সকলো ঋণৰ ওপৰত বৃদ্ধি হ'ব ০.১০% সুদৰ হাৰ।

◾সকলো ঋণৰ ওপৰত বৃদ্ধি ০.১০% সুদৰ হাৰ

◾পাৰ্ছনেল লোণ, হোম লোণত বৃদ্ধি পাব EMI

◾গাড়ীৰ ঋণ লোৱা সকলেও ভৰিব লাগিব অধিক EMI

◾১৫ এপ্ৰিলৰ পৰাই কাৰ্যকৰীকৰিলে নতুন সুদৰ হাৰ