close

দিল্লীৰ ভিন্ন প্ৰান্তত বায়ু প্ৰদূষণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। প্ৰদূষণৰ বাবে শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ একাংশৰ। ব্যাপকভাৱে বৃদ্ধি পোৱা বায়ু প্ৰদূষণৰ বাবে দিল্লী চৰকাৰে গ্ৰহণ কৰিছে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত।