MLA Arrested

শ্বহীদক অপমানসূচক মন্তব্য কৰি ৰঙাঘৰলৈ বিধায়ক শ্বেৰমান আলী। কিছুদিন পূৰ্বে অসম আন্দোলনৰ শ্বহীদ সন্দৰ্ভত বিতৰ্কিত মন্তব্য প্ৰদান কৰিছিল বাঘবৰৰ কংগ্ৰেছৰ বিধায়কগৰাকীয়ে।