বছৰৰ শেষৰটো দিনত নগাঁৱৰ পুৰণিগুদামৰ গড়মূৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
AS12 AH 9227 নম্বৰৰ মেজিক আৰু AS01AZ 0225 নম্বৰৰ আন এখন বাহনৰ মাজত মুখামুখী সংঘৰ্ষ।
সংঘৰ্ষত গুৰুতৰভাৱে আহত দুজন লোক।
আহত লোকদুজনক সংকটজনক অৱস্থাত লোককেইজনক নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।
ইপিনে এই ঘটনাত শিশুসহ ১১ জন লোক আহত হয়। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ ফলত উজনি নামনিৰ যাতায়ত ব্যাহত হৈ পৰে।