প্ৰভু বন্দনাৰে মুখৰিত তীৰ্থপীঠ উত্তৰ গুৱাহাটী । উত্তৰ পূৱ ভাৰতৰ সৰ্ববৃহৎ সনাতনী ধৰ্মীয় অনুষ্ঠান হনুমান জয়ন্তীৰ প্ৰস্তুতি চলিছে উত্তৰ গুৱাহাটীত।
২৯ এপ্ৰিলৰ পৰা পাঁচ দিনীয়াকৈ মধ্যমখণ্ডৰ ব্ৰহ্মপুত্ৰৰ পাৰত অনুষ্ঠিত হ'ব হনুমান জয়ন্তী । এই হনুমান জয়ন্তীৰ ২ এপ্ৰিলত কুৰি সহস্ৰাধিক ভক্তই একেলগে হনুমান সালিছা পাঠৰ লগতে যজ্ঞ ,পূজা পাৰ্বনেৰে ভক্তি ৰসত গদ গদ হৈ পৰিব ।
- Read more about প্ৰভু বন্দনাৰে মুখৰিত তীৰ্থপীঠ উত্তৰ গুৱাহাটী
- Log in to post comments