ৰাজ্যত বতৰে লৈছে ভয়াৱহ ৰূপ
ৰাজ্যৰ কেইবাখনো জিলাত নেৰানেপেৰা বৰষুণ
বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী
কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি
ধুবুৰী, দঃ শালমাৰা, বাক্সা, চিৰাং, কোকৰাঝাৰ, বঙাইগাঁও
বৰপেটা, গোৱালপাৰা, পঃ কাৰ্বি আংলং
শ্ৰীভূমি, হাইলাকান্দিতো বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰেড এলাৰ্ট
কামৰূপ গ্ৰাম্য, কামৰূপ (মঃ), নলবাৰী, দৰং, ওদালগুৰি
গোলাঘাট, হোজাই, কাছাৰত ORANGE এলাৰ্ট
বিশ্বনাথ, লখিমপুৰ, যোৰহাটত YELLOW এলাৰ্ট জাৰি
কামৰূপ (মঃ)ত দুদিন ধৰি নেৰানেপেৰা বৰষুণ
নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন গুৱাহাটী
- Read more about ৰাজ্যত বতৰে লৈছে ভয়াৱহ ৰূপ...
- Log in to post comments