দ্বিতীয় দিনাও অব্যাহত আছে যোৰাবাটত প্ৰতিবাদ।।যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ।কেব চালক-মালিক সন্থাৰ প্ৰতিবাদ অব্যাহত। প্ৰতিবাদৰ ফলত স্তব্ধ হৈ পৰিছে মেঘালয়লৈ অহা-যোৱা কৰা পথ।
মেঘালয়ৰ উচ্চপদস্থ বিষয়া আহি ক্ষমা নোখোজালৈকে প্ৰতিবাদ অব্যাহত থাকিব বুলি হুংকাৰ প্ৰতিবাদকাৰীৰ।লগতে শ্বিলঙত প্ৰতিবাদকাৰীয়ে ক্ষতিগ্ৰস্ত কৰা বাহনৰ ক্ষতিপূৰণ নিদিয়ালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিছে প্ৰতিবাদকাৰীয়ে।
- Read more about দ্বিতীয় দিনাও অব্যাহত আছে যোৰাবাটত প্ৰতিবাদ
- Log in to post comments