Jayanta Hazarika

“মৃত্যু সাৱটি সমাধিস্থলীত অকলে আছেহি শুই”

 

আজি অসমীয়া সংগীতৰ পুৰোধা প্ৰয়াত জয়ন্ত হাজৰিকাৰ ৭৯তম ওপজা দিন। অসমৰ সংগীত জগতৰ এগৰাকী অন্যতম শিল্পী আছিল তেখেত। সকলোৰে মাজত ৰাণা দা হিচাপে পৰিচিত জয়ন্ত হাজৰিকা আছিল একেধাৰে কণ্ঠশিল্পী, সুৰকাৰ।

 

১৯৪৩ চনৰ ২০ ছেপ্তেম্বৰত মঙলদৈত জন্মলাভ কৰা জয়ন্ত হাজৰিকা অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিছিল সকলোৰে মাজত।