Rajasthan


ৰঙালী বিহুৰ মাজতে অসমবাসী লৈ সুখবৰ! গুৱাহাটীৰ কন্যা মনীষা শৰ্মাই ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত ‘মিছ ভগষ্টাৰ ইণ্ডিয়া ২০২৪’ শীৰ্ষক সৌন্দৰ্য প্ৰতিযোগিতাত অংশ লৈ খিতাপ অৰ্জন কৰিছে অসম কন্যা মনীষা শৰ্মাই। শেহতীয়াকৈ অনুষ্ঠিত মিছ ভগষ্টাৰ ইণ্ডিয়া প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিছিল মনীষাই।ৰেম্পত লয়লাস ভংগীৰে বিচাৰক আৰু দৰ্শকসকলক আপ্লুত কৰি শিৰত মুকুট পিন্ধিবলৈ সক্ষম হয়।