ঈদৰ দিনাই ৰাজস্থানৰ যোধপুৰত অঘটন! দুটা ফৈদৰ মাজত সৃষ্টি হয় তীব্ৰ সংঘৰ্ষৰ

Jodhpur Eid Violence

◼ ঈদৰ নামাজৰ পিছতে ৰাজস্থানৰ যোধপুৰত উত্তেজনা


◼ দুটা ফৈদৰ মাজত সংঘৰ্ষক লৈ সৃষ্টি হয় উত্তেজনা


◼ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ লাঠীচালনা


◼ তাৎক্ষণিকভাৱে ইণ্টাৰনেট সেৱা বন্ধ কৰিলে জিলা প্ৰশাসনে


◼ সকলোকে শান্তি বৰ্তাই ৰখাৰ আহ্বান ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহল’টৰ

Category
Profile picture for user UB Photos