Fake signature

APDCLৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে সৰৱ GMCH কৰ্তৃপক্ষ। ইজনৰ পিছত সিজন APDCLৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ।

চিকিৎসাৰ নামত জালিয়াতি কৰা মুঠ ৪৫ জন চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে GMCH কৰ্তৃপক্ষই ৰুজু কৰিছে গোচৰ। ইয়াৰে ৪২ জনেই হৈছে APDCL ৰ বিষয়া-কৰ্মচাৰী।

আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে গণেশ কলিতা নামৰ এজন ব্যক্তিক। ৰি এমবাচ মেন্টৰ নামত নথি পত্ৰ আৰু চহী জালিয়াতি কৰি চৰকাৰী ধন মোকলাই নিছিল এই সকল ভুৱা চিকিৎসকে।