Xudha Kontho

ভাৰতৰত্ন ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক ওপজা দিন। ৰাজ্যজুৰি অনুৰাগীয়ে সোঁৱৰণ কৰিলে সুধাকণ্ঠ ভূপেন হাজৰিকাক। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হৈছে ওপজা দিন।

১৯২৬ৰ ৮ ছেপ্টেম্বৰত শদিয়াত জন্মগ্ৰহণ কৰা সুধাকণ্ঠ আছিল একাধাৰে গীতিকাৰ, সুৰকাৰ, সংগীতজ্ঞ, ছবি নিৰ্মাতা, কবি, গায়ক,।