ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক ওপজা দিন! কালজয়ী গীতেৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ UB Photos September 08 / 2021 ভাৰতৰত্ন ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক ওপজা দিন। ৰাজ্যজুৰি অনুৰাগীয়ে সোঁৱৰণ কৰিলে সুধাকণ্ঠ ভূপেন হাজৰিকাক। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হৈছে ওপজা দিন। ১৯২৬ৰ ৮ ছেপ্টেম্বৰত শদিয়াত জন্মগ্ৰহণ কৰা সুধাকণ্ঠ আছিল একাধাৰে গীতিকাৰ, সুৰকাৰ, সংগীতজ্ঞ, ছবি নিৰ্মাতা, কবি, গায়ক,। Tags UB Photos Bhupen Hazarika Birthday Of Bhupen Hazarika Xudha Kontho Singer Filmmaker Read more about ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক ওপজা দিন! কালজয়ী গীতেৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহLog in to post comments