Job

◾আজি অসম আৰক্ষী কনিষ্টবলৰ নিযুক্তি পৰীক্ষা

◾৯০১৭ টা পদৰ বাবে হ’ব পৰীক্ষা

◾৯ খন জিলাৰ ৭৬ টা কেন্দ্ৰত হ’ব পৰীক্ষা

◾ডেৰ ঘণ্টাৰ পূৰ্বে পৰীক্ষাৰ্থী পাবহি লাগিব পৰীক্ষা কেন্দ্ৰ

◾পৰীক্ষা হলত থাকিব JAMMER

◾পৰীক্ষা হলত সম্পূৰ্ণৰূপে নিষেধ ম’বাইলৰ ব্যৱহাৰ

◾নিৰীক্ষক, পৰীক্ষা কৰ্মীয়েও আনিব নোৱাৰিব ম’বাইল

◾ক’লা ৰঙৰ বল পেন, পেঞ্চিল আনিব লাগিব পৰীক্ষাৰ্থীয়ে

◾পৰীক্ষা কেন্দ্ৰত থাকিব চিচি টিভি কেমেৰা

◾তালাচীৰ ব্যৱস্থা থাকিব পৰীক্ষা কেন্দ্ৰত

◾পৰীক্ষাৰ্থীয়ে নিব পাৰিব কেৱল পানীৰ বটল

◾পৰীক্ষাৰ্থীয়ে আনিব লাগিব এডমিট কাৰ্ড