Yogi Adityanath

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু UPৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক হত্যাৰ ভাবুকি

মুম্বাই আৰক্ষীৰ নিয়ন্ত্ৰণকক্ষলৈ ভাবুকিভৰা ফোন কল

আৰক্ষীৰ তৎপৰাত মুম্বাইৰ ছায়ং এলেকাৰ পৰা গ্ৰেপ্তাৰ এজনক

কামৰান খান নামৰ এজন যুৱকক গ্ৰেপ্তাৰ মুম্বাই আৰক্ষীৰ

সোমবাৰে শেষ নিশা আহিছিল ভাবুকিৰ ফোনকল