Assam

ৰুক্মিণীগাঁৱত মৃত্যু হোৱা এজন ব্যক্তিৰ নশ্বৰ দেহ শ্মশানলৈ নিবলৈ আত্মীয়ই ব্যৱহাৰ কৰিছে এখন কলৰ ভূৰ। কৃত্ৰিম বান-পানীয়ে অঞ্চলটোৰ যাতায়তত ব্যাঘাত কৰাৰ বাবেই বাধ্য হৈ প্ৰিয়জনৰ মৃতদেহ শ্মশানলৈ কঢ়িয়াব লগীয়া হ'ল ভূৰত। যোৱা দুদিনৰ নেৰা-নেপেৰা বৰষুণে মহানগৰীৰ বহু অংশ প্লাবিত কৰিছে। জীয়াতু ভুগিছে মহানগৰবাসীয়ে।