মহানগৰীত উৎখাট জালনোটৰ ঘাটি, বৰাগাঁৱৰ পৰা গ্ৰেপ্তাৰ ২ জালনোট সৰবৰাহকাৰীক

1

মহানগৰীত উৎখাট জালনোটৰ ঘাটি

বৰাগাঁৱৰ পৰা গ্ৰেপ্তাৰ ২ জালনোট সৰবৰাহকাৰীক

গড়চুক আৰক্ষীয়ে জালনোটৰ বিৰুদ্ধে চলাইছিল অভিযান

গ্ৰেপ্তাৰ আয়ুব আলী, অবিনাশ সৰকাৰ

জব্দ ১০ লাখ টকাৰ জালনোট

জব্দ নোট বনোৱা মেচিন আৰু প্ৰিণ্টাৰ

এই চক্ৰত বহু লোক জড়িত থকাৰ সন্দেহ আৰক্ষীৰ 

Category
Profile picture for user UB Photos