বেয়া খবৰ! অসমত নহয় এদিনীয়া ক্ৰিকেটৰ বিশ্বকাপ! তালিকাত বাদ পৰিল গুৱাহাটীৰ নাম।

World Cup

প্ৰকাশ পালে 2023 চনৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ সময়সূচী। এইবাৰ ভাৰতত হ'ব এদিনীয়া বিশ্বকাপ। কিন্তু অসমবাসীৰ বাবে  দুঃখবৰ, বিশ্বকাপৰ তালিকাত বাদ পৰিল গুৱাহাটীৰ নাম।

1

বর্ষাপাৰা ষ্টেডিয়ামত নহয় বিশ্বকাপৰ খেল। সম্ভাব্য ভেন্যুত নাম থকাৰ পিছতো বিশ্বকাপৰ এখনো মেচ নাপালে অসম ক্ৰিকেট সন্থাই। উল্লেখ্য যে বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব Warm-Up মেচ। অক্টোবৰ মাহৰ পৰা হ'ব বহু প্ৰত্যাশিত এদিনীয়া ক্ৰিকেটৰ বিশ্বকাপ। 

Category
Profile picture for user UB Photos