গুৱাহাটী কমাৰ্চ কলেজৰ আজব কাণ্ড৷ নামভৰ্তিৰ সময়ত নামঘোষাৰ বাবদ মাচুল আদায় ৷ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ পৰা আদায় লোৱা হৈছে ৭০০ টকাকৈ মাচুল ৷ ইতিমধ্যে পাঠ্যক্ৰমত বাধ্যতামূলক কৰা হৈছে নামঘোষা।
২০২৩-২৪ বৰ্ষৰ প্ৰথম সান্মাষিকত নামভৰ্তি কৰিলে ৭০০ টকাৰ বিনিময়ত ক্ৰয় কৰিব লাগিব "নামঘোষা"। বৰ্তমান সময়ত সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে "নামঘোষা"ৰ প্ৰসংগ
Category
- Log in to post comments