পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ।

Assam Boy

পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ। কৰিমগঞ্জৰ ঘোড়ামাৰাৰ ৰাজেশ দাসৰ মৃত্যু। বাংগালুৰুৰ এটা কোম্পানীত কৰ্মৰত আছিল ৰাজেশ। ৰাজেশক হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ। ৰাজেশৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই পৰিয়ালে। ৰাজেশৰ মৃত্যুৰ তদন্তৰ দাবী পৰিয়ালৰ। ৰাজেশৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। 
 

Category